শ্বেইফ আলী খানৰ পৰৱৰ্ত্তী ছবি "হাণ্টাৰ"

শ্বেইফ আলী খানৰ পৰৱৰ্ত্তী ছবি "হাণ্টাৰ"
Published on

শ্বেইফৰ অলপতে মুক্তি পোৱা ৱেব চিৰিছ "চেকৰেড গেমছ" সফলতাৰ পিছতে তেওঁৰ পিছৰ ছবিৰ কথাৰ বিষয়ে ব্যক্ত কৰে। শ্বেইফ আলী খানে অলপতে ঘোষণা কৰিলে তেওঁৰ নতুন ছবিৰ কথা। ছবি খনৰ নাম হৈছে "হাণ্টাৰ"।ছবি খন ১৭৮০ চনৰ এক্সন ছবিৰ দৰে হব।শ্বেইফে নাগা সদ্ধুৰ চৰিত্ৰত অভিনয় কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com