সঞ্জয় দত্ত আৰু ৰনবীৰ কাপুৰৰক একেলগে দেখা পোৱা যাৱ 'সঞ্জু'ৰ প্ৰমোচনেল চংত

সঞ্জয় দত্ত আৰু ৰনবীৰ কাপুৰৰক একেলগে দেখা পোৱা যাৱ 'সঞ্জু'ৰ প্ৰমোচনেল চংত
Published on: 

দুয়োকে একেলগে দেখা পোৱা গ'ল ষ্টুডিঅ'ৰ বাহিৰত।

সঞ্জয় দত্তই গ্ৰে টি-চাৰ্ট,ব্লু জিন্স,ব্ৰাউন জোতা আৰু ৰনবীৰ কাপুৰে ব্লু আৰু ব্লেক প্লেইড চাৰ্ট,ৰিপ্পিড জিন্স আৰু ৰেড স্ণিকাৰ্ছ পৰিধিত

গান টিৰ শ্বুটিং আৰম্ভ হব মেহবুব ষ্টুডিঅ'ত।

ছবি খন মুক্তি পোৱাৰ অলপ দিন পূৰ্বে এই প্ৰমোচনেল গানটি মুক্তি পাব।

The Sentinel - of this Land, for its People
www.sentinelassam.com