সত্ৰীয়া নৃত্যত সাফল্য লাভ

সত্ৰীয়া নৃত্যত সাফল্য লাভ
Published on: 

শিৱসাগৰৰ সৌৰভ চলিহা আৰু মৃণালী মহন্ত চলিহাৰ কন্যা উৰ্জ্জা চলিহাই অলপতে অনুষ্ঠিত হৈ যোৱা সত্ৰীয়াৰ বিশাৰদ পৰীক্ষাত ডিষ্টিংচন পাবলৈ সক্ষম হয় ।উৰ্জ্জাই গুৰু সদা হাজৰিকাৰ কলা বিহাৰ সংগীত বিদ্যালয়ত নৃত্য প্ৰশিক্ষণ লৈছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com