সদৌ অসম ছাত্ৰ সন্থা(আছু) আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে এজনো বাংলাদেশী এন আৰ চিত অন্তৰ্ভূক্ত তথা চূড়ান্ত খচৰাত প্ৰকাশ পাবলৈ নিদিয়ে।সেই হেতুকে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যৰ ভিন্ন ঠাইত এনআৰচি কামত নিয়োজিত হোৱা কৰ্মচাৰী সকলক উৎসাহ দিবলৈ প্ৰেণাৰ দিন হিচাপে পালন কৰিছে ।
Begin typing your search above and press return to search.