সাংবাদিক সকলক ৰাজনৈতিকভাৱে সচেতন হবলৈ আহ্বান

সাংবাদিক সকলক ৰাজনৈতিকভাৱে সচেতন হবলৈ আহ্বান
Published on

ডুমডুমা প্ৰেছ ক্লাবত দিনজোৰা কাৰ্য্যসুচীৰে দেওবাৰে অনুস্থিত হোৱা ১৭সংখ্যক দ্বিবাৰ্ষিক সমাৰোহৰ আয়োজন কৰে।সভাপতি অনুজ কলিতাই ক্লাবৰ পতাকা উত্তোলনেৰে কাৰ্যসুচী আৰম্ভ কৰে,তাৰপাছত স্মৃতি তৰ্পনত বন্তি প্ৰজলন কৰে প্ৰাক্তন সম্পাদক মনোজ দত্তই।ডুমডুমাত থকা ৩০খন বিচনাযুক্ত এফআৰইউ চিকিৎসালয়ত বৃক্ষৰূপন কাৰ্য্যসুচীত ভাগ লয় জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ ৰঞ্জিত দাস,ডুমডুমা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপ-সভাপতি দুলাল দত্তই।সভাত সাংবাদিক সকলক ৰাজনৈতিকভাৱে সচেতন হবলৈ আহ্বান জনায়।সভাত ১১ জনীয়া কাৰ্য্যবাহী সমিতি গঠন কৰি অৰ্জুন বৰুৱাক সভাপতি,মনুজ দত্তক সম্পাদক আৰু ধীৰেন ডেকাক উপ-সভাপতি হিচাপে নিৰ্বাচন কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com