সোণোৱাল চৰকাৰক বাধা দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰছাত্ৰ-ছাত্ৰী ইউনিয়ন আৰু সদৌ অসম ছাত্ৰ সন্হা,ডিব্ৰুগড়।নাগৰিক সংশোধনী বিল ২০১৬ খন যদিহে সংসদত পাছ হয়,তেন্তে তেওঁলোকে মুখ্যমন্ত্ৰী সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিব নিদিও বুলি মতপ্ৰকাশ কৰে ।লগতে কয় তেজ দিলেও এই বিল পাছ হব নিদিয়ে ।
Begin typing your search above and press return to search.