সোনালী বেনদ্ৰেৰ নিউ লুকৰে মানসিক ভাৱে শক্তিশালী কৰি তোলাৰ প্ৰয়াস

সোনালী বেনদ্ৰেৰ নিউ লুকৰে মানসিক ভাৱে শক্তিশালী কৰি তোলাৰ প্ৰয়াস
Published on

বলীউদৰ মোহময়ী অভিনেত্ৰী সোনালী বেনদ্ৰেৰ কেঞ্চাৰ বেমাৰ হোৱা ঘটনাই সকলো তথা তেওঁৰ অনুৰাগী সকলক হতাশ কৰি তুলিছে। কিন্তু তেওঁৰ ইনষ্টাৰ যোগেদি প্ৰকাশ কৰা নতুন ৰূপটোৱে তেওঁক মানসিক ভাৱে যে শক্তিশালী তাকে প্ৰমান দিলে। সোনালী বেনদ্ৰেৰ চিকিৎসাৰ আগে আগে তেওঁ চুলি কাটি অতি সুন্দৰ ৰূপ এটাৰ ফটো ইনষ্টাত প্ৰকাশ কৰিছে।ইয়াৰ উপৰিও সোনালীয়ে প্ৰকাশ কৰা ইনষ্টাৰ পোষ্টটোৰ প্ৰতিটো শব্দত এক আশাৰ ৰেঙনি দেখা পোৱা গৈছে।

মোহময়ী অভিনেত্ৰী গৰাকীৰ জীৱন আৰোগ্য কামনা কৰিছে তেওঁৰ সকলো অনুৰাগীয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com