স্কুটীৰ সলনি চাইকেল পাব ছাত্ৰীয়ে

স্কুটীৰ সলনি চাইকেল পাব ছাত্ৰীয়ে
Published on

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত যিসকল ছাত্ৰীয়ে সুখ্যাতিৰে উৰ্ত্তীন হবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰীৰ বাবে স্কুটীৰ সলনি চাইকেল প্ৰদান কৰাৰ কথা ঘোষণা কৰে নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

The Sentinel - of this Land, for its People
www.sentinelassam.com