'হিন্দু বেংগলীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক'

Published on

বেংগলী ইউনাইটেড ফৰাম' আৰু বহুতকেইটা বেংগলী সংগঠনে বৃহস্পতিবাৰে বঙাইগাওঁৰ গান্ধী খেলপথাৰত অসমত বসবাস কৰা বেংগলী জনতাৰ জনতাৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে।বেংগলী য়ুথ ফেডাৰেচনৰ সভাপতি সম্ৰাত ভৱালে জনাই যে এনআৰচিৰ নামত অসমত বেংগলী মানুহক অত্যাচাৰ কৰা হৈছে।বেংগলী মানুহৰ লগত বেলেগ মানুহৰ লগত সম্পৰ্ক বেয়া হোৱাৰ লগতে ডি ভোটাৰৰ নামত চৰকাতে অত্যাচাৰ বন্ধ কৰিব লাগে।এই সমস্যা বোৰ সমাধানৰ বাবে সোনোৱাল চৰকাৰে সোনকালে ব্যৱস্থা লব লাগে।অসমৰ বিভিন্ন প্ৰান্তৰপ্ৰায় ১০,০০০ লোকে কাৰ্য্যসুচীত ভাগ লয় বুলি দাবী কৰে সভাপতি জনে।

The Sentinel - of this Land, for its People
www.sentinelassam.com