হোজাইৰ অমৰ থাপাৰ সাফল্য

হোজাইৰ অমৰ থাপাৰ সাফল্য
Published on

হোজাইৰ আজমল কলে'জৰ ছাত্ৰ অমৰ থাপাই বিজ্ঞান বিভাগত মুঠ ১০টাৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।প্ৰথম স্থান প্ৰাপ্ত অমৰে মুঠ ৫০০ৰ ভিতৰত ৪৮৬নম্বৰৰ ৯৭.০২শতাংশ লাভ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com