১০৩০ খন গাওঁত হব জৰিপ,স্থানীয় লোকে পাব ভূমি পত্তা

১০৩০ খন গাওঁত হব জৰিপ,স্থানীয় লোকে পাব ভূমি পত্তা

Published on

ৰাজ্য চৰকাৰে যিবোৰ ঠাইত এতিয়ালৈ কোনোধৰনৰ জৰিপ হোৱা নাই,সেইবোৰ ঠাইত জৰিপ কৰাৰ সিদ্ধান্ত লৈছে।জৰিপৰ পাছত প্ৰমানিত হলে স্থানীয় লোকসকলে ভূমি পত্তা লাভ কৰিব।গোটেই প্ৰকিয়াটোৰ বাবে চৰকাৰে ৪.২৫ কোটি টকা ধাৰ্য্য কৰিছে।জৰিপৰ পাছত খিলঞ্জীয়া লোকসকলে পত্তা পোৱাৰ লগতে যি সকল লোকে সন্দেহজনক লোকে অবৈধভাৱে ভূমি দখল কৰি আছে সেইসকলক চিনাক্ত কৰিবলৈ সহজ হব।সমগ্ৰ জৰিপ প্ৰকিয়াটো নিৰিক্ষন কৰিব অসম চৰকাৰৰ ভূমি আৰু ৰেকৰ্ড আৰু জৰিপ সঞ্চালকালয়ে।বাৰিষাৰ পাছতে জৰিপৰ কাম আৰম্ভ হব বুলি জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com