১৯ জন এপিএছচি বিষয়াক ডিব্ৰুগড় আৰক্ষীৰ চমন জাৰি

১৯ জন এপিএছচি বিষয়াক ডিব্ৰুগড় আৰক্ষীৰ চমন জাৰি
Published on

ডিব্ৰুগড় আৰক্ষীয়ে ১৯ জন এপিএছচি বিষয়াক কেলেঙ্কাৰী লগত জড়িত সন্দেহত চমন জাৰি কৰিছে।তেওঁলোকক ১৮ জুলাইত কাহিলীপাৰস্থিত বিশেষ শাখাৰ মুখ্যকাৰ্য্যালয়ত সাক্ষৰ নমুনা সংগ্ৰহৰ বাবে উপস্থিত থাকিবলৈ জাননী দিছে।১৯ জনৰ ভিতৰত ১৩ জন অসামৰিক বিষয়া,৩ জন আৰক্ষী বিষয়া,এজন জিলা পৰিবহন বিষয়া হোৱাৰ বিপৰিতে দুজন কৰ বিভাগৰ বিষয়া আছে,তাৰে এজন কৰ বিভাগৰ অধীক্ষক আৰু এজন পৰিদৰ্শক।

The Sentinel - of this Land, for its People
www.sentinelassam.com