'২০১৯ৰ মাৰ্চৰ ভিতৰত ট্ৰেক্টৰৰ লগতে অন্য সুবধা পাব কৃষকে'

'২০১৯ৰ মাৰ্চৰ ভিতৰত ট্ৰেক্টৰৰ লগতে অন্য সুবধা পাব কৃষকে'
Published on

যোৰহাটৰ বুধবাৰে জিলা পুথিভড়ালৰ পিতাম্বৰ দেৱ গোস্বামী প্ৰক্ষাগৃহত যোৰহাট জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগে আয়োজন কৰা মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনা কাৰ্য্যসুচীত ৰাজ্যৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি কয় যে ২০১৯ৰ মাৰ্চৰ ভিতৰত শদিয়াৰ পৰা ধুবুৰিলৈ সকলো কৃষকে টেক্টৰৰ লগতে সকলো ধৰনৰ সুবিধা শূন্য শতাংশ সুতত লাভ কৰিব।শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,দেৰগাওঁৰ বিধায়ক ভৱেন ভৰালী,উপায়ুক্ত নাৰায়ন কোঁৱৰ,আৰক্ষী অধীক্ষক ভৌৰৱ নিম্বলকাৰ আৰু জিলা বিজেপি সভাপতি সান্তনু পুজাৰীৰ লগতে কৃষি বিভাগৰ বিষয়া সকলৰ উপস্থিতিত টেক্টৰৰ ছাবি আত্মসহায়ক গোট সমূহক প্ৰদান কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com