২১বছৰ হল ছবি "য়েচ বছ"ৰ : জুহি চাওলাই নষ্টালজিক হৈ টুইটাৰত প্ৰকাশ কৰিছে পুৰনা স্মৃতি

২১বছৰ হল ছবি "য়েচ বছ"ৰ : জুহি চাওলাই নষ্টালজিক হৈ টুইটাৰত প্ৰকাশ কৰিছে পুৰনা স্মৃতি
Published on

শ্বাহৰুখ খান আৰু জুহি চাওলাৰ জনপ্ৰিয় ""য়েচ বছ" ছবিয়ে আজি ২১বছৰত ভৰি দিলেহি।ই এক দীঘলীয়া যাত্ৰা।ই এখন হাস্যমধুৰ ছবি।জুহিয়ে নষ্টালজিক হৈ ছবি খনৰ জনপ্ৰিয় "মে কই এইচা গীত গাও"গীতটিৰ সময়ত উঠা কিছুমান সুন্দৰ ফটো টুইটাৰ যোগেদি প্ৰকাশ কৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com