২২০ ব্ৰাউন চুগাৰ,৪০টা ঔষধ উদ্ধাৰ

২২০ ব্ৰাউন চুগাৰ,৪০টা ঔষধ উদ্ধাৰ
Published on

হালোৱাটিং আৰক্ষী থানা আৰু চিআৰপিএফৰ দলীয় সহযোগত অসম-নগালেণ্ডৰ সীমান্ত ভূমিত থকা হালোৱাটিংত যোৱা সোমবাৰে গধূলি ২২০গ্ৰামৰ ব্ৰাউন চুগাৰ আৰু ৪০টা ঔষধ হালোৱাটিং বজাৰৰ নিৱাসী দিদুল মেচ নামৰ ব্যক্তি এজনৰ পৰা উদ্ধাৰ কৰিছে।শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী পৰিৰ্দশক বলিন দেউৰীয়ে দলীয় সহযোগত অভিযান চলায় আৰু দিদুল মেচৰ পত্নী ৰীমা মেচকো আটক কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com