২৮ খন অগ্নিনিৰ্বাপক বাহন উদ্বোধন কৰে মূখ্যমন্ত্ৰী সোণোৱালে:

২৮ খন অগ্নিনিৰ্বাপক বাহন উদ্বোধন কৰে মূখ্যমন্ত্ৰী সোণোৱালে:
Published on: 

উত্তৰ গুৱাহাটীত থকা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰৰ বিভাগটোত ২৮ খন অগ্নিনিৰ্বাপক বাহন উদ্বোধন কৰিলে ৰাজ্যৰ মূখ্যমন্ত্ৰী সোণোৱালে। এই ২৮ খন বাহনৰ ভিতৰত এখন শিক্ষামূলক বাহন, এখন সৰু ৰেচকিউ টেণ্ডাৰ, সাতখন সৰু টেণ্ডাৰ পাম্প আৰু উনৈশখন ৱাটাৰ টেণ্ডাৰ পাম্প।

The Sentinel - of this Land, for its People
www.sentinelassam.com