৩০ জুলাইলৈ অপেক্ষা সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ

৩০ জুলাইলৈ অপেক্ষা সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ
Published on

১৯৮৩ চনত স্থাপন হোৱা সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাই যিসকললোকৰ নাম এনআৰচিত কটা গৈছিল সেইসকললোকৰ নাম চূড়ান্ত খচৰাখনত উঠিব বুলি জানিবলৈ দিয়ে।সংগঠনটোৰ মুখপাত্ৰ ৰূপম নন্দী পুৰকাস্থই শিলচৰৰ আবৰ্ত ভবনত অনুস্থিত কৰা সংবাদ মেলত কয় যে যি সকল বেংগলী লোক ইয়াত বহুবছৰৰ পৰা বসবাস কৰি আহিছে তেওঁলোকৰ নাম এনআৰচিৰ পৰা কৰ্তন কৰিব নালাগে।এনআৰচি কৰ্তৃপক্ষৰ পৰা নিকা এনআৰচি আশা কৰিছে বৰাক উপত্যকাৰ সংগঠনটোৱে।

The Sentinel - of this Land, for its People
www.sentinelassam.com