৩১ মে'ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

৩১ মে'ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
Published on

৩১ মে'ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হব।১১ টা ৱেবছাইট যোগেদি পুৱা১১ বজাত ফলাফল পাব শিক্ষাৰ্থী সকলে।এই কথা সদৰী কৰে এ এইচ এস ই চিৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com