৪৪ বছৰৰ পাছত ১৩ জুলাইত সূৰ্য্যগ্ৰহণ

৪৪ বছৰৰ পাছত ১৩ জুলাইত সূৰ্য্যগ্ৰহণ
Published on: 

দক্ষিণ-পূৱ অষ্ট্ৰেলিয়া,টাচমেনিয়া,নিউজিলেণ্ডৰ ষ্টেৱাৰ্ড দ্বীপপুঞ্জ আৰু উত্তৰ এন্টাৰ্কটিকাৰ লোকসকলে ৪০ বছৰৰ পাছত ১৩ জুলাইত ৭ বাজি১৮ মিনিট ২৩ চেকেণ্ডৰ পৰা ৮ বাজি ৩১ মিনিট ৫ চেকেণ্ডলৈ সূৰ্য্যগ্ৰহণ দেখিবলৈ পোৱা যাব।যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্য্যৰ মাজত আহে তেতিয়া চন্দ্ৰৰ ছা সূৰ্য্যত পৰে তাকে সূৰ্য্যগ্ৰহন বোলে।ইমান দিনৰ মূৰত সূৰ্য্যগ্ৰহন দেখিবলৈ পোৱাৰ বাবে লোকসকল উৎসাহী হৈ পৰিছে।১৩ জুলাইত অষ্ট্ৰেলিয়া আৰু উত্তৰ এন্টাটিকাতো দেখিবলৈ পোৱা যাব।সূৰ্য্যগ্ৰহণ চাবৰ বাবে পিনহ'ল কেমেৰা আৰু চলাৰ ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com