৪৮ঘণ্টীয়া চকা বন্ধ স্থগিত

৪৮ঘণ্টীয়া চকা বন্ধ স্থগিত
Published on

সদৌ অসম মটৰ পৰিবহন সংগঠনে দিয়া ৪৮ঘণ্টীয়া চকা বন্ধ স্থগিত কৰা হৈছে।মুছলমান সকলৰ ঈদৰ বাবে এই সিদ্ধান্ত গ্ৰহন সদৌ অসম মটৰ পৰিবহন সংগঠনৰ অধ্যক্ষ পুলক গোস্বামী আৰু সাধাৰন সভাপতি প্ৰদীপ দাসৰ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com