ৰঙানদী মথাউৰিৰ কাম আধৰুৱা

ৰঙানদী মথাউৰিৰ কাম আধৰুৱা
Published on: 

মুখ্যমন্ত্ৰী সোণোৱাল আৰু ৰাজ্যিক জল সঞ্চালকৰ মন্ত্ৰীয়ে প্ৰতিবছৰে ৰঙানদী মথাউৰিৰ কাম সম্পূৰ্ণ হ'ব বুলি কথা দিয়া পিছৰ কাম সম্পূৰ্ণ নোহোৱাটো এক দুখলগা কথা। বান্ধৰ কাম এইবছৰো সম্পূৰ্ণ হৈ নুথাত লখিমপুৰ বাসীয়ে ভিন্ন ধ্বংসমূলক পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে।যোৱা বৃহস্পতিবাৰে এই সমস্যাৰ সম্পৰ্কে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ পৰা এক শক্তিশালী মন্তব্য জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com