ৰমজান মাহ: ইছলামধৰ্মী কৰ্মচাৰী বাবে সময় সলনি

ৰমজান মাহ: ইছলামধৰ্মী কৰ্মচাৰী বাবে সময় সলনি

Published on

ৰমজান মাহ ইতিমধ্যে আৰম্ভ হৈছে ।সেয় হেতুকে ৰাজ্যিক ইছলাম ধৰ্মালম্বী কৰ্মচাৰী সকলৰ বাবে পুৱা ৯বজাত অফিচত উপস্থিত হৈ আধা ঘণ্টা আগতীয়াকৈ অৰ্থাৎ আবেলি ৪.৩০ মিনিটত ছূটীৰ সুবিধা কৰি দিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com