ৰাজনাথ সিঙৰ ছচিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ

ৰাজনাথ সিঙৰ ছচিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ

Published on

ছচিয়েল মিডিয়াত প্ৰকাশিত কিছুমান ভুৱা বাতৰিৰ কাৰনে বহুত ভয়াবহ ঘটনা সংঘটিত হোৱা বৃদ্ধি হোৱাত উৎদেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।গৃহমন্ত্ৰীজনে প্ৰথমবাৰৰ বাবে সংসদত ছচিয়েল মিডিয়াৰ ভুৱা বাতৰিৰ ক্ষেত্ৰত বৃদ্ধি পোৱা অনৈতিক কাৰ্য্যৰ বাবে ছচিয়েল মিডিয়াৰ ওপৰত নজৰ দিবলৈ পৰামৰ্শ দিয়ে।বিৰোধীপক্ষয় ৰাজনাথ সিঙৰ কথাত সন্তুষ্ট প্ৰকাশ নকৰি সদন ত্যাগ কৰে।বিৰুধী দল কংগ্ৰেছে জানিবলৈ দিয়ে যে অনৈতিক কাণ্ড সমূহ অকল ছচিয়েল মিডিয়াৰ কাৰনেই নহয় নানা ধৰনৰ কাৰন থাকিব পাৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com