ৰাজ ভৱনৰ সন্মুখত আছুৰ প্ৰতিবাদ

ৰাজ ভৱনৰ সন্মুখত আছুৰ প্ৰতিবাদ
Published on

নাগৰিকত্ব সংশোধনী বিল২০১৬ ৰ বিৰোধিতা কৰি উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ(নেছ')ৰ সহযোগত উত্তৰ-পূৰ্ৱাঞ্চলৰ সাতোখন ৰাজ্যই এই প্ৰতিবাদত অংশ গ্ৰহন কৰে ।লগতে অসমৰ সদৌ অসম ছাত্ৰ সন্থাইয়ো বিক্ষোভ প্ৰদৰ্শন কৰা দেখা যায় ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com