Top
Begin typing your search above and press return to search.

ৰুবিনা ডিলাইক আৰু অভিনৱ শুক্লাৰ বিবাহ

ৰুবিনা ডিলাইক আৰু অভিনৱ শুক্লাৰ বিবাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2018 12:28 PM GMT

ৰুবিনা আৰু অভিনৱ আজি শুভ ক্ষণটিত দুয়ো বিবাহ পাশত আৱদ্ধ হব।ৰুবিনাই সুন্দৰকৈ বগা ৰঙৰ লেহেংগা,ভাৰী জুৱেলেৰী যেনে; চকাৰ নেকলেচ,মাঙ্গ টিক্কা,ঝুমকা পৰিধান কৰিছে।ৰুবিনাক পঞ্জাৱী কইনাৰ ৰূপত অতি সুন্দৰ দেখা হৈছে। দৰাৰ সাজত অভিনৱে নীলা ৰঙৰ কাপোৰ পৰিধান কৰিছে।

Next Story