ৰেলযাত্ৰীৰ সুৰক্ষা প্ৰদানৰ দাবী

ৰেলযাত্ৰীৰ সুৰক্ষা প্ৰদানৰ দাবী
Published on

ৰেলযাত্ৰী আৰু ৰেল কৰ্মচাৰী সকলৰ সুৰক্ষাৰ দাবীত নৰ্থ ইষ্ট ৰেলৱে মজদুৰ ঈউনিয়ন (NFRMU)য়ে এখন সাংবাদিক সন্মিলনৰ আয়োজন কৰি সম্পাদক পুলক গগৈয়ে দাবী জনাই কয় যে ৰেলৱে ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহায়ে ৰেলৱে আৰক্ষীত খালী হয় থকা পদ সমূহ পূৰন কৰাৰ ব্যৱস্হা কৰি যাত্ৰী সকলক অতি সোনকালে সুৰক্ষা প্ৰদান কৰিব লাগে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com