ৰেলৱে গেট-মেনৰ কৰ্মৰ সময় বৃদ্ধিৰ প্ৰতিবাদ

ৰেলৱে গেট-মেনৰ কৰ্মৰ সময় বৃদ্ধিৰ প্ৰতিবাদ

Published on

যোৱা শুক্ৰবাৰে ৰঙিয়াৰ ৰেল ষ্টেচনৰ কৰ্মচাৰী সকলৰ কৰ্মৰ সময় বৃদ্ধিৰ বিৰুদ্ধে মজদুৰ ইউনিয়নে প্ৰতিবাদ সাৱ্যস্ত কৰে। ৮ঘণ্টাৰ বিপৰীতে ১২ঘণ্টা কৰ্মৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে এন এফ আৰ এম ইউৱে ৰেলেৱে প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাস সাৱ্যস্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com