ৰোনাল্ডোৰ পৰ্টোগালৰ সন্মুখত ইৰান

ৰোনাল্ডোৰ পৰ্টোগালৰ সন্মুখত ইৰান
Published on

বিশ্ব ফুটবলৰ মহাতাৰকা ৰোনাল্ডোৰ দেশ পৰ্টোগাল এচিয়াৰ শক্তি ইৰানৰ মুখামুখি হব।মৰ্ডভিয়া এৰেনাত অনুস্থিত হব লগা গ্ৰুপ বি'ৰ খেলখনত পৰ্টোগালক ফেভাৰেট হিচাপে ৰাখিলেও ইৰানে অঘটন ঘটাব পাৰে।পৰ্টোগালৰ ৪ পইন্ট হোৱাৰ বিপৰিতে ইৰানৰ ৩পইন্ট।ৰোনাল্ডোৰ শেহতীয়া ফৰ্মলৈ চাই আজিও চমক দিবলৈ সক্ষম হব বুলি ধাৰনা কৰিছে ফুটবল বিশেষজ্ঞ সকলে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com