অচিনাক্ত মৃতদেহ উদ্ধাৰ

অচিনাক্ত মৃতদেহ উদ্ধাৰ
Published on: 

গোলাঘাট জিলাৰ ফৰকাটিং ৰেল ষ্টেচনত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অহা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা এগৰাকী ৭০ বছৰীয়া অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।প্ৰাপ্ত তথ্য অনুসৰি অচিনাক্ত মহিলা গৰাকীৰ মৃতদেহ ব্ৰহ্মপুত্ৰ মেইলৰ ডবাৰ পৰা উদ্ধাৰ কৰে।এতিয়ালৈ মহিলা গৰাকী চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।ফৰকাটিং ৰেল আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com