অতিমাত্ৰা তাপে হাৰাশাস্তি কৰিছে মহানগৰবাসীক

অতিমাত্ৰা তাপে হাৰাশাস্তি কৰিছে মহানগৰবাসীক
Published on

বৰষুণৰ মাত্ৰা কমি অহাৰ ফলত অসম আৰু মেঘালয়কে ধৰি ব্যাপক হাৰত বাঢ়িছে সূৰ্য্যৰ তাপ।যোৱা বৃহস্পতিবাৰে গুৱাহাটীত ৩৮ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছিল তাপমাত্ৰাৰ পৰিমাণ।ইয়াৰ লগতে মহানগৰৱাসীক সজাগ কৰি বৰঝাৰত অৱস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কোনো ধৰনৰ বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলি জনাইছে।যদিওবা ২১জুলাইৰ পিছৰ পৰা বৰষুণ হোৱাৰ আশা কৰিব পাৰি বুলি মত প্ৰকাশ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com