অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা

অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা
Published on

চ'চিয়েল মিডিয়াৰ প্ৰচাৰ হোৱা গুজৱ তথা উৰা বাতৰি সোপাধৰা আতংকৰ ফলত কাৰ্বিআংলংত যি নৰকীয় ঘটনা সংঘটিত হৈ গ'ল এনে ঘটনা পুনৰ সংঘটিত ন'হবলৈ যোৱা বৃহস্পতিবাৰে ক্ষেত্ৰী আৰক্ষীৰ তত্বৱধানত স্থায়ী বাসিন্দা,গাঁৱৰ প্ৰতিৰক্ষক,স্থায়ী আৰক্ষীয়ে এখন সজাগতা সভাৰ আয়োজন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com