অবৈধ বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠিন পদক্ষেপ

অবৈধ বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠিন পদক্ষেপ
Published on

সোণাপুৰৰ বন বিভাগ কাৰ্য্যালয়ে অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে গ্ৰহন কৰিছে কঠিন পদক্ষেপ।সোনাইকুছি,কমলাজাৰি আৰু যুগদাল অঞ্চলৰ পৰা এক অভিযানত সোণাপুৰ বন বিভাগে অবৈধ বালি ভৰ্ত্তি ৯খনকৈ ট্ৰাক জব্দ কৰে।ৰেঞ্জাৰ গৌতম মহন্তই জনোৱা অনুসৰি কোনো ধৰনৰ অবৈধ বালি ব্যৱসায়ক ৰেহাই দিয়া নহব।ইয়াৰ উপৰিও তেওঁলোক কোনো লাভৰ বাবে এনেধৰনৰ অবৈধ বালি ব্যৱসায়ৰ কাম কৰে। এনে ধৰনৰ অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে বন বিভাগক আৰঁত লৈ কঠিন পদক্ষেপ গ্ৰহন কৰিব বুলি গৌতম মহন্তই জানিব দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com