অম্বুবাচী মেলাৰ সামৰণি

অম্বুবাচী মেলাৰ সামৰণি
Published on: 

চাৰিদিনীয়াকৈ চলা অম্বুবাচী মেলা যোৱা মঙল বাৰে ৰাতিপুৱা ৭বাজি ৫১মিনিট ৫৮ চেকেণ্ডত কামাখ্যাৰ মুখ্যদ্বাৰ খোলাৰ লগে লগে সামৰণি পৰে।

২২জুনৰ পৰা আৰম্ভ হোৱা চাৰিদিনকৈ চলা অম্বুবাচী মেলাত প্ৰায় ১৬.৩৫লাখ মান ভক্তৰ আগমন ঘটে।জিলা প্ৰশাসনৰ পৰা জানিব পৰা মতে বিহাৰ,বেংগল আৰু উত্তৰ প্ৰদেশৰ পৰা বহু ভক্তগণৰ প্ৰৱেশ হয় লগতে বিদেশৰ পৰা যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইটালীৰ পৰা বহু বিদেশী ভক্ত আহে এইবাৰৰ অম্বুবাচী মেলাত।

The Sentinel - of this Land, for its People
www.sentinelassam.com