অম্বুবাছী মেলা

অম্বুবাছী মেলা
Published on

জুনৰ ২২তাৰিখৰ পৰা আৰম্ভ হবলগীয়া অম্বুবাছী মেলাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে যোৱাকালি কামাখ্যা মন্দিৰলৈ গৈ বিভাগীয় কৰ্তৃপক্ষক আগতীয়াকে সকলো ব্যৱস্থা সুন্দৰ তথা নিয়াৰিকৈ কৰাৰ নিৰ্দেশ দিয়ে।লাখ লাখ ভক্তগণৰ সুবিধাৰ্থে সকলো কাম তথা খোৱাপানী যোগান,গুৱাহাটীৰ ৫খন ঠাইত কেম্প সজা আদি কাম সমূহ ভালকৈ কৰাৰ নিৰ্দেশ পিএইচই বিভাগক।

The Sentinel - of this Land, for its People
www.sentinelassam.com