অষ্ট্ৰেলিয়াৰ সৈতে ড্ৰ খেলিলে ডেনমাৰ্কে

অষ্ট্ৰেলিয়াৰ সৈতে ড্ৰ খেলিলে ডেনমাৰ্কে
Published on

গ্ৰুপ চি'ৰ এখন গুৰুত্বপূৰ্ণ খেলত বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ সৈতে ১-১ ড্ৰ খেলি পইন্ট ভগাই ললে ডেনমাৰ্কে।অষ্ট্ৰলিয়া প্ৰথম খন খেলত ফ্ৰান্সৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে ডেনমাৰ্কে পেৰুক পৰাস্ত কৰে।মাত্ৰ ৭ মিনিটতে খ্ৰীষ্টিয়ান এৰিকচনে গ'ল কৰি ডেনমাৰ্কক অগ্ৰগতি প্ৰদান কৰে।৩৮ মিনিটত ডেনমাৰ্কৰ ডিফেন্ডাৰ য়ুচুফ পলচেনে বক্সৰ ভিতৰত ফাউল কৰাত পেনাল্টিৰ সুযোগত অধিনায়ক মাইল জেদিনাকে গ'ল কৰি অষ্ট্ৰিলিয়াৰ হৈ সমতা স্থাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com