অৰ্জুন কাপুৰৰ জন্মদিনত ভনীয়েক জাহ্নবী,খুচি,অনুশুলা কাপুৰ বাৰ্থ ডে' চাৰপ্ৰাইজ

অৰ্জুন কাপুৰৰ জন্মদিনত ভনীয়েক জাহ্নবী,খুচি,অনুশুলা কাপুৰ বাৰ্থ ডে' চাৰপ্ৰাইজ
Published on

বলীউদ "ইছকজাদ"ৰ অৰ্জুন কাপুৰৰ আজি ৩৩সংখ্যক জন্মদিন।জন্মদিনৰ চাৰপ্ৰাইজ দিবলৈ মাজনিশা অৰ্জুনৰ ভনীয়েক জাহ্নবী,খুচি,অনুশুলাৰ লগতে পিতৃ বনি কাপুৰ উপস্থিত হয় অৰ্জুনৰ ঘৰত।

The Sentinel - of this Land, for its People
www.sentinelassam.com