আছু আৰু ২৮জনগোষ্ঠীৰ প্ৰতিবাদ অব্যাহত

আছু আৰু ২৮জনগোষ্ঠীৰ প্ৰতিবাদ অব্যাহত
Published on

নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত আছু আৰু ২৮জনগোষ্ঠীয় সংগঠনে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেয়া বৰ্তমানেও অব্যাহত হৈ আছে।যোৱা শুক্ৰবাৰৰ পৰা এই প্ৰতিবাদৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে আছুৰ লগতে ২৮জনগোষ্ঠীয় সকলৰ সৈতে বৈঠকত বহাৰ পিছত কোনো ধৰনৰ ধনাত্মক ফলাফল নোপোৱাত পুনৰ গতিশীল আৰু শক্তিশালী ৰূপত প্ৰতিবাদ অব্যাহত ৰাখে।

The Sentinel - of this Land, for its People
www.sentinelassam.com