আধাঘণ্টা ধৰি আলোচনাত বহিল এজিপি

আধাঘণ্টা ধৰি আলোচনাত বহিল এজিপি
Published on: 

নাগৰিকত্ব সংশোধনী বিধেয়ক বিল২০১৬ৰ বাতিলৰ দাবীক লৈ যি প্ৰতিক্ৰিয়া চলি আছে এই বিষয়ক লৈ কেবিনেট বৈঠকত আলোচনা হ'ল নে নাই এই বিষয়ক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে।কিন্তু এই বিষয়ক লৈ আধাঘণ্টা ধৰি আলোচনা হোৱা বুলি কেবিনেট মন্ত্ৰী অতুল বৰাই জানিব দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com