আলিয়া ভট্টৰ 'ৰাজী'য়ে বক্স অফিচত পাৰ কৰিছে ৯০কোটি

আলিয়া ভট্টৰ 'ৰাজী'য়ে বক্স অফিচত পাৰ কৰিছে ৯০কোটি
Published on: 

আলিয়া ভট্টৰ স্পাই থ্ৰিলাৰ ৰাজী ছবিয়ে বৰ্তমানলৈ ৭৩.৫৬ কোটি(নেট চাৰ্য ৫৬.৫৯কোটি) আন্তৰাষ্ট্ৰীয় বজাৰৰ তুলনাত ভাৰতত ১৮.০৮কোটি ক্ৰয় কৰিবলৈ সক্ষম হয় ।মুঠতে বিশ্বৰ বক্স অফিচ অনুসৰি ৯১.৬৪ কোটি ক্ৰয় কৰিব সক্ষম হয় ।ছবি খন মুঠ ৪২ খন দেশৰ ৪৫০টা শ্ব'ত প্ৰকাশ কৰা হয় ।

The Sentinel - of this Land, for its People
www.sentinelassam.com