আলুৰ মূল্যবৃদ্ধি,ক্ষুব্ধ ৰাইজ

আলুৰ মূল্যবৃদ্ধি,ক্ষুব্ধ ৰাইজ
Published on: 

গুৱাহাটী: আলুৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকৰ মাজত এক ব্যাপক হাহাকাৰৰ সৃষ্টি কৰিছে ।গ্ৰাহক সকলে প্ৰতি ২০ টকা মূল্যত আলু ক্ৰয় কৰি থকা ঠিক তেনে সময়তে খাদ্য মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে বেংগলৰ পৰা আমদানি কৰা আলুত ২০টকা কেজি আৰু আগ্ৰাৰ পৰা আমদানি কৰা আলুত ২২ টকা কেজিৰে ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়ে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com