আৰ পি এফৰ নেতৃত্বত অপিয়াম আৰু গাঞ্জা জব্দ

আৰ পি এফৰ নেতৃত্বত অপিয়াম আৰু গাঞ্জা জব্দ
Published on

শিলিগুৰি নেৰকটিক অধিকাৰী আৰু নিউ জলপাইগুৰিৰ আৰ পি এফৰ ব্যক্তিগত নেতৃত্বত যুটীয়া অভিযানত জলপাইগুৰিৰ জামুৰীভিট্টাৰ পৰা ৰঞ্জিত পল নামৰ ব্যক্তি এজনৰ পৰা ৪.৭ কেজি অপিয়াম অপিয়াম উদ্ধাৰ কৰে।নৰ্থ-ইষ্ট ৰেলৱেৰ তথানুসৰি অপিয়াম খিনিৰ মুল্য প্ৰায় ১৬,৪৫,০০০টকা। আনহাতে ২০১৮ ১২জুলাইত সহকাৰী এ এছ আই কে কে বিশ্বাস আৰু আগৰতলা আৰ পি এফে ১১০কেজি ওজনৰ ৭বেগ ৫৫ পেকেট গাঞ্জা জব্দ কৰে।প্ৰায় ৬,৬০,০০০ লাখ টকাৰ মুল্য আছিল গাঞ্জা খিনিৰ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com