আৰম্ভ হব আগষ্ট মাহৰ পৰা নতুন পাঠদান কাৰ্য্যসূচী

আৰম্ভ হব আগষ্ট মাহৰ পৰা নতুন পাঠদান কাৰ্য্যসূচী
Published on

ৰাজ্যৰ মহাবিদ্যালয় সমূহে নামভৰ্তিৰ প্ৰক্ৰিয়া সামৰণিৰ পিছতে পৰৱৰ্ত্তী পাঠদান আৰম্ভ কৰিব অহা আগষ্টৰ মাহৰ পৰা। ইয়াৰ লগতে স্নাতক মহলাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে মহানগৰীৰ ভিন্ন মহাবিদ্যালয়ত ভিন্ন বিষয়ত নামভৰ্তি কৰি ৰাখিছে তেওঁলোকে প্ৰতিষ্ঠান আৰু বিষয় সমূহ সলনি কৰিব পাৰিব।

মহাবিদ্যালয়ৰ সমূহৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ হাৰত নম্বৰৰ বাবে নামভৰ্তি কৰিব পৰা নাই সেইসকলৰ ছাত্ৰ-ছাত্ৰী বাবে আগষ্ট মাহৰ দ্বিতীয়টো সপ্তাহৰ ভিতৰত খালী হৈ থকা আসন সমূহ পূৰন কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com