আৰ্জেন্টিনাক ধৰাশায়ী কৰি চমক দিলে ক্ৰোয়েচিয়াই

আৰ্জেন্টিনাক ধৰাশায়ী কৰি চমক দিলে ক্ৰোয়েচিয়াই
Published on: 

বিশ্ব ফুটবলৰ মহাতাৰকা মেছিৰ দেশ আৰ্জেন্টিনাক গ্ৰুপ ডি'ৰ এখন খেলত ৰিয়েল মাদ্ৰিদৰ তাৰকা লুকা মদ্ৰিক নেতৃত্ৰধীন ক্ৰোয়েচিয়াই ৩-০ গ'লত ধৰাশাৰী কৰে।৫৩মিনিটত এন্টি ৰেবিক, ৮০ মিনিটত অধিনায়ক মদ্ৰিক আৰু অতিৰিক্ত সময়ত ইভান ৰেকটিকে উপৰ্যুপৰি তিনিটা গ'ল কৰি আৰ্জেন্টিনাৰ মেৰুদন্ড ভাঙি দিয়ে।আৰ্জেন্টিনাই বহুত কষ্ট কৰিও গ'ল কৰিব নোৱাৰিলে।মেছিৰ দুৰ্বল প্ৰদৰ্শনে কালি বাৰুকৈয়ে হতাশ কৰে মেছিৰ অনুগামী সকলক।

The Sentinel - of this Land, for its People
www.sentinelassam.com