আৰ্জেন্টিনাৰ সন্মুখত আফ্ৰিকাৰ শক্তি নাইজেৰিয়া

আৰ্জেন্টিনাৰ সন্মুখত আফ্ৰিকাৰ শক্তি নাইজেৰিয়া
Published on

বিশ্বফুটবলৰ ছুপাৰষ্টাৰ লিয়নেল মেছিৰ দল আৰ্জেন্টিনা আজি নিশা গ্ৰুপ ডি'ৰ এখন খেলত আফ্ৰিকাৰ শক্তি নাইজেৰিয়াৰ মুখামুখি হব।আজি জয়ৰ বাহিৰে বেলেগ কথা ভবা নাই মেছিয়ে নহলে বিদায় নিশ্চিত আৰ্জেন্টিনাৰ।আজি মেছি স্বমহিমাৰে উজ্বলি উঠি দলক নকআউটত প্ৰৱেশ কৰাব বুলি আশা কৰিছে তেঁওৰ কোটি কোটি সমৰ্থকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com