উচিত তদন্তৰ দাবী ছাত্ৰ সংগঠনৰ

উচিত তদন্তৰ দাবী ছাত্ৰ সংগঠনৰ
Published on

তিনিচুকীয়া ৰাজ্যিক ছাত্ৰ সন্থাই শিয়ালকটী চাবুৱাৰ চাহ বাগিচাৰ ওচৰৰ ৰেল ক্ৰচিঙত ৰাজধানী এক্সপ্ৰেছ ৰেলখনে গাড়ী মহটিয়াই নিয়াৰ ফলত মৃত্যুমুখত পৰা তিনিচুকীয়াৰ পৰ্বতীয়া গাওঁৰ বিমল শৰ্মা আৰু তেওঁৰ পুত্ৰ অৰ্নৱ গাৰ্গ শৰ্মাৰ ঘটনাৰ উচিত তদন্ত দাবী কৰে।ছাত্ৰ সংগঠনটোৱে তিনিচুকীয়া সংমণ্ডল ৰেল প্ৰৱন্ধকক স্মাৰক পত্ৰ প্ৰদান কৰে।বিমল শৰ্মাৰ পত্নী অনামিকা শৰ্মা ঘটনাটোত গুৰুত্বৰভাৱে আহত হৈছিল।সংগঠনটোৱে অনামিকা শৰ্মাৰ চিকিৎসাৰ লগতে পৰিয়ালৰ সদস্যক ৰেল বিভাগত চাকৰিৰ দাবী কৰে সংগঠনটোৱে।

The Sentinel - of this Land, for its People
www.sentinelassam.com