উচ্চতৰ মাধ্যমিকৰ ফলাফল ২০১৮: কটন মহাবিদ্যালয়ৰ গৰিমা ম্লান

উচ্চতৰ মাধ্যমিকৰ ফলাফল ২০১৮: কটন মহাবিদ্যালয়ৰ গৰিমা ম্লান
Published on

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অসমৰ বিভিন্ন জিলা, মহকুমাত অৱস্থিত মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক অনুষ্ঠানসমূহে অতি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ বিপৰীতে ঐতিহাসিক কটন মহাবিদ্যালয়ৰ ফলাফলে মহাবিদ্যালয়খনৰ গৰিমা অক্ষুন্ন ৰখাত ব্যৰ্থ হয়। মহাবিদ্যালয়খনৰ পৰা কেৱল এজন ছাত্ৰইহে শীৰ্ষ দহটাৰ ভিতৰত এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কটন মহাবিদ্যালয়ৰ উজ্জ্বল জৈনে বিজ্ঞান শাখাত ৫০০ ৰ ভিতৰত ৪৭১ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com