উত্তৰ প্ৰদেশৰ 'কিষান কল্যান সমাবেশ'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহন

উত্তৰ প্ৰদেশৰ 'কিষান কল্যান সমাবেশ'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহন
Published on: 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ চাহজাহানপুৰ জিলাত অনুস্থিত 'কিষান কল্যান সমাবেশ'ত অংশগ্ৰহন কৰে।আগন্তক ২০১৯ লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে এসপ্তাহত তিনিবাৰ উত্তৰ প্ৰদেশৰ সমাৰোহত অংশগ্ৰহন কৰিছে।৮০ খন লোকসভা আসন থকা উত্তৰ প্ৰদেশ দখলৰ বাবে সকলো ৰাজনৈতিক দলেই আগতীয়া কোঁচকাৱাচ চলাই।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সংগ দিয়া সমাবেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজক সম্বোধন কৰি কয় যে দেশৰ কৃষকসকল আমাৰ বাবে আৰ্শীবাদস্বৰূপ।কৃষকসকলক বাদ দি কোনো দেশেই উন্নতিৰ জখলাত বগাব নোৱাৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com