এআৰপিএসএস প্ৰাথমিক শিক্ষাৰ কাৰ্যালয় বন্ধ

এআৰপিএসএস প্ৰাথমিক শিক্ষাৰ কাৰ্যালয় বন্ধ
Published on

আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সাংবাদিক সন্মীলনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সাধাৰন সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে ১৮জুনত সমূহ জিলা ভিত্তিক প্ৰাথমিক শিক্ষাৰ কাৰ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰে।লগতে শিক্ষকে কাৰ্যালয় লগত আৰু গুনোৎসৱৰ লগত জড়িত যিকোনো কাম বন্ধ ৰখাৰ কথা সদৰী কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com