চলিত মাহতে ৰুবিনা দিলেক আৰু অভিনৱ শুক্লা বিবাহ পাশত আৱদ্ধ হব

চলিত মাহতে ৰুবিনা দিলেক  আৰু অভিনৱ শুক্লা বিবাহ পাশত আৱদ্ধ হব
Published on

ৰুবিনা আৰু অভিনৱে বিবাহ পাশত আৱদ্ধ হব চলিত মাহৰ ২১জুনত।চিমলাত নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বিবাহ কাৰ্যসূচী সম্পূৰ্ণ হব।বিয়াৰ অভ্যাৰ্থনা অনুষ্ঠান মুম্বাইত আয়োজন কৰা হ'ব।বাকী থকা বিয়াৰ অন্যান্য নিয়ম সমূহ অভিনৱৰ ঘৰ লুধিয়ানাত পতা হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com