এজন ব্যক্তিক গ্ৰেপ্তাৰ

এজন ব্যক্তিক গ্ৰেপ্তাৰ
Published on

নগাঁৱ জিলাৰ বেঙেনাআটীৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে এজনী মহিলাও উদ্ধাৰ কৰে।জানিব পৰা মতে মহিলা গৰাকী দুই সন্তানৰ মাতৃ আৰু ঘৰ হৈছে কেৰেলাত। কেৰেলাত কাম কৰি থকা অৱস্থাতে ৰমজান আলীয়ে মহিলা গৰাকীক পলুৱাই আনে বুলি অভিযোগ কৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com